Meaning : যিজনে ধনু লৈ থাকে
Example :
ঋষিয়ে সাধুবেশী দুজন ধনুর্ধৰক বনত ঘূৰি ফুৰা দেখিলে
Synonyms : ধনুর্ধাৰী
Meaning : ধনু ধাৰণ কৰোতা
Example :
মহাভাৰতৰ যুদ্ধচ ধনুর্ধৰ অর্জুনে পাণ্ডৱক বিজয়ী কৰাত বিশেষ ভূমিকা গ্রহণ কৰিছিল
Synonyms : ধনুর্ধাৰী