Meaning : কেইবাজনো মানুহে কান্ধত তুলি ভাৰ বৈ নিয়া এবিধ বাহন
Example :
কইনা দোলাত বহি আছে
Meaning : চন্দুকৰ নিচিনা দোলাতকৈ অলপ ভিন্ন আকৃতিৰ বাহন যাক কঁ্হাৰে কান্ধত লৈ যায়
Example :
ৰজাই দোলাত বহি নগৰ ভ্রমণ কৰিবলৈ ওলালে
Synonyms : পাল্কী
Meaning : মন চঞ্চল হোৱা অৱস্থা
Example :
ৰাধাৰ সুন্দৰতা দেখি মোহনৰ মনত দোলা দি গʼল
Synonyms : দোলা দিয়া