Meaning : আৰতিৰ সময়ত জ্বলাই লোৱা চাকিৰ সমূহ
Example :
আৰতিৰ সময়ত পুজাৰীৰ এখন হাতত দীপকমালা আৰু আনখন হাতত ঘন্টা আছিল
Synonyms : দীপকমালা
Meaning : জ্বলি থকা দীপকৰ শাৰী
Example :
দিৱালীৰ ৰাতিত ৰমেশৰ ঘৰৰ দুৱাৰত দীপমালা সজ্জিত আছিল
Synonyms : দীপাৱলী