Meaning : ৰহৰ, মগু, বুট আদি শস্য দলি তৰকাৰী হিচাপে ৰান্ধি খোৱা খাদ্য
Example :
তেওঁ ্ মগু দাইলৰ পকৰি খুউব ভাল পায়
Synonyms : দাইল
Meaning : যি অন্নৰে দাইল আদি বনোৱা হয়
Example :
আজিকালি বজাৰত দালিৰ আকাশলঙ্ঘী দাম হৈছে