Meaning : হক বা অধিকাৰ সাব্যস্ত কৰা ব্যক্তি
Example :
এই সম্পত্তিখিনিৰ চাৰিজন দাবীদাৰে নিজৰ মাজতে কাজিয়া কৰিলে
Synonyms : অধিকাৰী
Meaning : যিজনে দাবী কৰে
Example :
কিশোৰীলালৰ মাটিৰ দাবীদাৰ তেওঁৰ ভতিজা হৈ পৰিল