Meaning : একো কৰিব নোৱাৰাকৈ কিহবাৰ ওপৰত যোৰ বা বল প্রয়োগ কৰা কার্য
Example :
গুণ্ডাবোৰে গোটেই বস্তীবাসীক ডাবি-ধমকি দি দবাই ৰাখিছে
Synonyms : দবোৱা
Meaning : কোনো কথাক বাঢ়িবলৈ নিদিয়া
Example :
হত্যাৰ বিষয়টোক আদালতলৈ যোৱাৰ আগতে দবাই ৰাখিলে
Synonyms : হেঁচি ৰখা