Meaning : এশ আশী ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
Example :
দক্ষিণ সদায় দক্ষিণ দিশৰ ফালেই থাকে
Meaning : দক্ষিণ দিশত অৱস্থিত ৰাজ্য বা প্রদেশ
Example :
সুৰেশ দক্ষিণৰ অধিবাসী
Meaning : দক্ষিণৰ সৈতে সম্বন্ধ থকা
Example :
সোমবাৰৰ পৰা নাটো বাহিনীয়ে দক্ষিণ আফগানিস্থানত সেনা অভিযান চলায় নিজৰ পৰিৱেশ নিজৰ নিয়ন্ত্রণত আনিলে
Synonyms : দক্ষিণী