Meaning : কোনো বস্তু বা ব্যক্তি এখন ঠাইৰ পৰা গৈ অন্য ঠাইত পোৱা অৱস্থা
Example :
মই আপোনাৰ বস্তুবাহানিবোৰ যথাস্থানত থৈ আহিছো
Synonyms : থৈ অহা
Meaning : কাৰোবাৰ লগত কোনো ঠাইলৈ পথত কোনো ধৰণৰ বিপদ নহʼবৰ কাৰণে যোৱা
Example :
মই হেৰোৱা লʼৰাটোক তাৰ ঘৰত থৈ আহিলোঁ
Synonyms : থৈ অহা