Meaning : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য
Example :
যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়
Synonyms : থকা
Meaning : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা
Example :
বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল
Synonyms : ৰৈ যোৱা