Meaning : তৰল বা দ্রৱৰ এক অৱস্থা বা ভাব
Example :
তাপমান শূন্য ডিগ্রী ছেণ্টিগ্রেড বা তাতকৈ কম হোৱাৰ লগে লগে পানীৰ তৰলতা গুণ নোহোৱা হয়
Synonyms : দ্রৱত্ব
Meaning : টকা-পইচাৰ ৰূপত হোৱা এক অৱস্থা বা সহজে টকা-পইচালৈ পৰিৱৰ্তি কৰিব পৰা এক অৱস্থা
Example :
ভাৰতীয় টকাৰ তৰলতা আছে