Meaning : কোনো বস্তু আদি যিমান পৰিমাণৰ আছে তাতকৈ আৰু দুগুণ অধিক মাত্রাৰ এক পৰিমাণ
Example :
তিনিৰ তিনিগুণ ন
Meaning : দুগুণতকৈ আৰু এগুণ বেছি
Example :
যোৱা কিছু বছৰত তিনিগুণ মূল্যবৃদ্ধি হʼল
Meaning : যিমান আছে তাতকৈ আৰু দুগুণ বেছি
Example :
প্রতি বছৰৰ তুলনাত এই বছৰত তিনিগুণ বেছি শস্য উৎপাদন হৈছে
Synonyms : তিনি গুণ