Meaning : একপ্রকাৰৰ ডাঙৰ টুপী
Example :
মিষ্টাৰ উইল্টনৰ শিৰত ্তেওঁৰ ্কোটৰ ৰঙৰ সৈতে মিলা টুপীয়ে সুশোভিত কৰি আছিল
Synonyms : হেট
Meaning : মূৰ ঢাকি ৰাখিব পৰা মূৰত পিন্ধা এক পৰিধান
Example :
শ্যামে ৰঙা ৰঙৰ টুপী পিন্ধি আছে
Synonyms : কেপ