Meaning : যিকোনো বস্তুৰ গোটা টুকুৰা
Example :
এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত
Synonyms : খণ্ড
Meaning : বৃত্ত বা পিণ্ডৰ নিচিনা ডাঙৰ গোলাকাৰ বস্তু
Example :
শিশুটোৱে বৰফৰ টুকুৰা খাই আছে