Meaning : কঁ্কালৰ তলৰ পিছফালে থকা ওখ অংশ
Example :
তেওঁৰ নিতম্বত এটা ফোঁহা হৈছে
Synonyms : কটি, তপিনা, নিতম্ব, পশ্চাৎ দেশ, শ্রোণী
Meaning : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
Example :
ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
Synonyms : চলা