Meaning : কোনো বস্তু পাবৰ কাৰণে সমপর্যায়ৰ দলৰ মাজত হোৱা ভীষণ ্সংঘর্ষ
Example :
চৰকাৰ গঠন কৰিবৰ কাৰণে নেতাসকলৰ মাজত অৰিয়া-অৰি আৰম্ভ হৈছে
Synonyms : অৰিয়া-অৰি
Meaning : বস্তুবোৰৰ টনা-টনি বা সাল-সলনি পৰা কার্য
Example :
ৰেডিঅʼটোক টনা-আজোৰা নকৰিবা
Synonyms : টনা-টনি