Meaning : লক্ষণগত বা স্বভাৱগত ধ্বনি
Example :
মোৰ হৃদয় ভগৱত-প্রেমৰ ঝংকাৰত শুদ্ধ হৈ পৰিছে
Meaning : ঝন-ঝন শ্্ব্দ
Example :
ঘৰত নবোৱাৰীৰ পায়লৰ ঝংকাৰ মুখৰিত হৈ আছে
Meaning : প্রতিধ্বনি উৎপন্ন হোৱা বা কৰা কার্য
Example :
ঘন্টাৰ ঝংকাৰ গোটেই মন্দিৰটোত গুঞ্জৰিত হʼল
Synonyms : ঝনঝননি