Meaning : মাটিৰ নিচেই ওচৰৰ পৰা চাৰিওফালে প্রসাৰিত হৈ ওলোৱা ডালৰ উদ্ভিদ
Example :
এই জংঘল জোপোহাৰে ভৰি আছে
Synonyms : জোপোহানি
Meaning : ঘন আৰু কাঁইটীয়া উদ্ভিদ
Example :
চিকাৰীটোক দেখিয়েই বনৰীয়া গাহৰিটো জোপোহাত লুকাই পৰিল
Synonyms : জোপোহানি