Meaning : একেবাৰে অদৰকাৰী বুলি মানি লোৱা কোনো বস্তু
Example :
তেওঁ আজি নিজৰ কোঠাৰ পৰা জাবৰ-জোথৰ চফা কৰাত ব্যস্ত
Synonyms : জাবৰ
Meaning : ঝাড়ু আদিৰে চফা কৰা মাটিত পৰি থকা ধূলি আৰু ফটা-চিটা বস্তু আদি
Example :
জাবৰবোৰ জাবৰদানীত পেলোৱা উচিত
Synonyms : জাবৰ