Meaning : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ
Example :
কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে
Synonyms : কিম্বদন্তি, জনপ্রবাদ, জনৰৱ, প্রবাদ
Meaning : যিটো কাণ বাগৰি আহিছে
Example :
মোৰ নিৰক্ষৰ আইতাই আমাক শ্রুতি কথা শুনাইছিল
Synonyms : কিংবদন্তি, শ্রুতি, শ্রুতি-কথা