Meaning : সৰু আকাৰৰ ছাতি
Example :
বৰষুণ, ৰʼদ আদিত চহৰৰ মহিলাই ছাতিৰ ব্যৱহাৰ কৰে
Synonyms : সৰু ছাতি
Meaning : ৰʼদ-বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে ধাতু বা কাঠৰ নাল লগাই কাপোৰ আদিৰে তৈয়াৰ কৰা এক আচ্ছাদন
Example :
বৰষুণত তিতাৰ পৰা ৰক্ষা পাবৰ কাৰণে মানুহে ছাতি লয়
Synonyms : ছত্র