Meaning : ফলৰ ৰসৰ লগত চেনি, গুড় আদি মিহলি কৰি তৈয়াৰ কৰা এবিধ সোৱাদযুক্ত পানীয়
Example :
ৰামুৱে আলহীক চৰবত খাবলৈ দিছে
Synonyms : চৰপত
Meaning : যি পানীত চেনী, গুড় আদি মিহলোৱা থাকে
Example :
চেনীৰ তুলনাত গুড়ৰ চৰবত বেছি ভাল