Meaning : সাপ আদি বগাই গʼলে সৃষ্টি হোৱা ধ্বনি
Example :
চৰচৰণি শুনি গাইজনী সচকিত হৈ পৰিল
Meaning : বতাহত কোনো বস্তু বেগেৰে ওলাই যোৱা শ্্ব্দ
Example :
ৰকেটৰ চৰচৰণি শুনি মানুহে উৎসুকতা বশতঃ ওপৰলৈ চাবলৈ ধৰিলে
Synonyms : চৰ-চৰণি