Meaning : ওপৰৰ ভাগ বেঙুনীয়া আৰু তলৰ ভাগ বগা কন্দৰ এবিধ পাচলি-গছ
Example :
সীতাই শাকনিৰ পৰা চালগোম উঘালিছে
Synonyms : চালগোম গছ
Meaning : গাৰ ওপৰৰ ফালে পাতল বেঙুনীয়া আৰু তলৰ ফালে বগা ৰঙৰ এবিধ গোলাকাৰ কন্দ বা মূল
Example :
চালগোমেৰে তৰকাৰী আৰু চালাদ বনোৱা হয়