Meaning : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
Example :
পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
Synonyms : শক্তি
Meaning : একক কালিৰ ওপৰত প্রয়োগ কৰা বল
Example :
বায়ুমণ্ডলৰ চাপ জোখিবৰ বাবে চাপমান যন্ত্রৰ প্রয়োগ কৰা হয়