Meaning : গাখীৰ ফটাই তাৰ পানীভাগ আঁ্তৰালে ৰৈ যোৱা অংশ
Example :
পনীৰেৰে নানা ধৰণৰ মিঠাই আৰু তৰকাৰী বনাব পাৰি
Synonyms : পনীৰ
Meaning : বিশেষকৈ দাইল হিচাপে খোৱা এবিধ মাহজাতীয় শস্য
Example :
বুটৰ চাটুগুড়ি খাবলৈ বৰ সোৱাদ লগা
Synonyms : বুট