Meaning : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
Example :
এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
Synonyms : চাক
Meaning : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু
Example :
কুমাৰৰ চাক একপ্রকাৰৰ চক্র
Synonyms : চক্র