Meaning : কিছু সময় ধৰি বাজি থকা তীব্র ধ্বনি
Example :
যুদ্ধৰ নাদ শুনি ভীৰুবোৰৰ বুকু কঁপি উঠিল
Synonyms : নাদ
Meaning : যিহৰ উচ্ছাৰণ কৰাৰ সময়ত স্বৰতন্ত্রীৰ কম্পন হয়
Example :
সকলো স্বৰধ্বনিয়েই ঘোষ
Synonyms : সঘোষ