Meaning : ঘুঁচিয়াই বা হাতৰ মুঠিৰে কৰা প্রহাৰ
Example :
কেতিয়াবা কেতিয়াবা ঘোঁচাৰ আঘাততো প্রাণহানি হʼব পাৰে
Meaning : কাৰোবাক মৰাৰ কাৰণে বান্ধি লোৱা মুঠি
Example :
মোহনে সোহনক ঘোঁচাৰে প্রহাৰ কৰিলে
Synonyms : ঘোচা