Meaning : গছপুলি আদি ৰুবৰ কাৰণে খেতিপথাৰ, বাগিছা আদিৰ অলপ দূৰে-দূৰে ঘূৰণীয়া কৰি সজা একধৰণৰ যতন বিশেষ
Example :
খেতিয়কে অসমান পথাৰডৰাত ঘেৰা সাজি আছে
Meaning : চাৰিওফালে ৰখা বা আগুৰি লোৱা
Example :
শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে
Synonyms : ঘেৰ দিয়া, ঘেৰি থকা, ঘেৰি লোৱা-, বেৰা
Meaning : চাৰিওফাল পৰা আৱদ্ধ কৰা বা ঘেৰি ধৰা
Example :
গাঁওবাসীয়ে এটা চোৰক ঘেৰিলে
Synonyms : ঘেৰি ধৰা