Meaning : উভতি অহা কার্য ্বা ভাব
Example :
আজি শ্যাম গাঁৱৰ পৰা ঘূৰি অহা সম্ভৱ নহʼব
Synonyms : উভতি অহা, প্রত্যাগমন, প্রত্যাৱর্তন, ফিৰি অহা
Meaning : কʼৰবালৈ গৈ তাৰ পৰা প্রথমৰ ঠাইলৈ অহা
Example :
দেউতা কালিহে দিল্লীৰ পৰা উভটিল
Synonyms : উভতা