Meaning : কোনো বিশেষ অৱস্থাত বস্তুতঃ হোৱা কোনো কথা
Example :
মই মোৰ সৰু কালৰ ঘটনাবোৰ কোনো কাৰণতে পাহৰিব নোৱাৰোঁ
Synonyms : কথা
Meaning : কোনো নির্দিষ্ট সময়ত কোনো বিশেষ ঠাইত যি ঘটে
Example :
আজিৰ আচৰিত ঘটনাটোক লৈ সকলোৱে বৰ কষ্ট পালে