Subscribe
URL of the page has been copied to clipboard.
Meaning : গৰমৰ দিন
Example : গৰমকালি বেছিকৈ পিয়াহ লাগে
Synonyms : গ্রীষ্ম, গ্রীষ্ম ঋতু, গ্রীষ্ম কাল, গ্রীষ্মকাল, গৰম কাল, গৰম দিন, গৰমকালি, ঘামকাল, ঘামকালি
Meaning : উষ্ণতা বা তাপ থকা
Example : বসন্ত ঋতু শেষ হোৱাৰ লগে লগে জলবায়ু গৰম হʼবলৈ ধৰে
Synonyms : অত্যুষ্ণ, অশীতল, উত্তপ্ত, উত্তাপিত, উষ্ণ, তপত, তপ্ত, তাপময়, তাপযুক্ত
Meaning : ৰং সিদ্ধান্ত অনুসৰি উষ্ণতা প্রদান কৰোতা
Example : ৰঙা এবিধ উষ্ণ ৰং
Synonyms : উষ্ণ
Meaning : তপত হোৱা
Example : গৰম টাৱাখনত ৰুটি সেকা উচিত নহʼলে লাগি ধৰিব পাৰে
Synonyms : তপত, তপ্ত
Meaning : গৰম উৎপন্ন কৰা বা বৃদ্ধিকৰোতা
Example : এই কোটচোলাটো বৰ গৰম
Install App