Meaning : এনে আকাৰ যাৰ উপৰিভাগৰ প্রতিটো বিন্দু তাৰ ভিতৰত থকা মধ্যবিন্দুৰ পৰা সমান দূৰত্বত থাকে
Example :
বল গোলাকাৰ হয়
Synonyms : গোল
Meaning : বৃত্ত বা চক্রৰ আকাৰৰ
Example :
গাড়ীত ঘূৰণীয়া চকা লগোৱা থাকে
Synonyms : ঘূৰণীয়া, চক্রাকাৰ, বর্তুল্াকাৰ, বৃত্তাকাৰ, মণ্ডলাকাৰ