Subscribe
URL of the page has been copied to clipboard.
Meaning : গোন্ধ বা সুবাস দিয়া
Example : আতৰৰ সুবাসে গোটেই ঘৰটো গোন্ধোৱাই ৰাখিছে
Synonyms : সুবাসিত কৰা
Meaning : যি গোন্ধৰে যুক্ত হৈ আছে
Example : মোৰ উপবনত গোন্ধোৱা ফুলৰ অনেক প্রজাতি আছে
Synonyms : গন্ধময়, গন্ধযুক্ত, গন্ধৱহ, সুগন্ধি
Install App