Meaning : গাড়ী থোৱা কোনো অট্টালিকাৰ অংশ
Example :
চহৰৰ ডাঙৰঅট্টালিকাৰ তলত গেৰেজ থাকে
Synonyms : গেৰেজ
Meaning : গাড়ী-মটৰ আদি মেৰামতি কৰা ঠাই
Example :
এই গেৰেজটোত কেৱল দুচকীয়া বাহনৰহে মেৰামতি কৰা হয়
Synonyms : গেৰেজ