Meaning : পানীৰ তলত জমা হোৱা অশুদ্ধি বা সূক্ষ্ম উদ্ভিদ
Example :
কলহবোৰ সদায় পৰিষ্কাৰ নকৰিলে তাত গেদ জমা হয়
Meaning : তৰল পদার্থৰ তলিৰ ভাগত গোট খাই থকা ময়লা
Example :
তেওঁ তেলৰ গেদ ্চফা কৰি আছে
Synonyms : গেদেৰি