Meaning : গোলাকাৰ সৰু বস্তু বিশেষ
Example :
লʼৰাটোৱে বৰ মনোযোগেৰে ডালিমৰ দানা খাই আছে
Synonyms : দানা
Meaning : খেল-ধেমালিত ব্যৱহাৰ কৰা শিল, মাটি, প্লাষ্টিক আদিৰ সৰু টুকুৰা
Example :
লʼৰা-ছোৱালীবোৰে খেলিবলৈ গুটিবোৰ গোটাইছে