Meaning : গিলা কার্য
Example :
সাপটোৱে এটা ভেকুলী গিলাৰ পিছত দ্বিতীয় ভেকুলীৰ ফালে বেগাই গʼল
Meaning : খাদ্যনলীৰে কোনো বস্তু ডিঙিৰ তল অংশলৈ লৈ যোৱা
Example :
সাপে ভেকুলীটো গিলি থʼলে
Synonyms : গিলি থোৱা