Meaning : কʼৰবাত বিন্ধিবলৈ বা পুতিবলৈ ব্যৱহাৰ কৰা লোহা বা কাঠৰ মিহি খুঁটি
Example :
ৰামে কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
Synonyms : গোঁজ
Meaning : ধাতুৰে তৈয়াৰী শাল বা খিলা
Example :
তেওঁ চিগা চেণ্ডেলজোৰত গজাল মাৰি আছে