Meaning : ধাতু, কাঠ, শিল আদিৰ ওপৰত কাটি উলিওৱা ভাস্কর্য
Example :
এই চকীখনৰ খোদাইৰ কাম বহুত ভাল হৈছে
Synonyms : খোদন
Meaning : ধাতু, পাথৰ, কাঠ আদিৰ ওপৰত খোদাই কৰি ভাস্কর্য ্তৈয়াৰ কৰা কলা
Example :
বাঢ়ৈয়ে নিজৰ লʼৰাজনক খোদাই কাম শিকাই আছে