Meaning : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
Example :
তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
Synonyms : কদম
Meaning : এটা খোজেৰে ঠিক কৰা দূৰত্ব
Example :
মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
Synonyms : কদম