Meaning : যাৰ ওপৰত কৰ বা মাছুল লগোৱা হোৱা নাই
Example :
দোকানীজনে কৰমুক্ত খাদ্যৰ এখন তালিকা প্রস্তুত কৰি আছে
Synonyms : কৰ মুক্ত
Meaning : যʼত কৰ আৰোপ কৰা হোৱা নাই
Example :
ৰজাই দুর্ভিক্ষৰ কাৰণে প্রজাক কৰমুক্ত কৰি দিলে
Synonyms : কৰহীন