Meaning : চুইডেন, আইচলেণ্ড আদি দেশত চলা মুদ্রা
Example :
মোক হাজাৰ ক্রোনাৰ সলনি ইউৰো লাগে
Synonyms : ক্রোন
Meaning : চুইডেন আদি দেশত চলা মুদ্রা
Example :
ৰাজাৰ খাতাত মাত্র এহেজাৰ দুশ বিশ ক্রোনা জমা আছে
Synonyms : ক্রোনৰ