Meaning : দুটা ভাষাৰ মিশ্রণত হোৱা এক ভাষা
Example :
ক্রেওলত ইংৰাজী আৰু ফৰাচী ভাষাৰ মিশ্রণ হৈছে
Synonyms : ক্রীওল
Meaning : ৱেষ্টইণ্ডিজ বা লেটিন আমেৰিকাত জন্মা ইউৰোপীয় বংশধৰ
Example :
এইটো ক্রেওলবিলাকৰ বস্তী