Meaning : শুকান ঘাঁহ আদিৰ টুকুৰা
Example :
চৰাইয়ে কুটা কঢ়িয়াই কঢ়িয়াই নিজৰ বাহ সাজি আছে
Synonyms : খেৰ-কুটা
Meaning : ধূলি-বালি আদিৰ কণা চকুত সোমালে হোৱা পীড়া বা কষ্ট
Example :
মোৰ চকুত কুটা সোমাইছে
Meaning : কোনো বস্তুক দাঁতেৰে সৰু-সৰু টুকুৰা কৰা কার্য
Example :
মোৰ ঘৰত এটা ডাঙৰ নিগনিয়ে দিনে-ৰাতিয়ে কিবা নহয় কিবা কুটি থাকে
Synonyms : কুটি থকা
Meaning : পোক পৰুৱাই কাগজ কাপোৰ আদি খোৱা কার্য
Example :
উঁই ্পৰুৱাই আলমাৰিত থকা কিতাপবোৰো কুটিলে
Synonyms : কুটি খোৱা