Meaning : কেচি বা অন্য কোনো উপকৰণেৰে কটা কার্য
Example :
মালীয়ে ফুলনিখনৰ কেতবোৰ উদ্ভিদৰ কলম দিছে
Synonyms : কটা
Meaning : কেঁচি বা কেঁচিৰ নিচিনা কোনো যতনেৰে কটা কার্য
Example :
মালীজনে বাগিচাৰ গছপুলিবোৰ প্রতি মাহে কাটে
Synonyms : কটা
Meaning : ধাৰাল অস্ত্র আদিৰে কোনো বস্তু আদি দুই বা ততোধিক খণ্ড কৰা বা বহুতো ভাগত বিভক্ত কৰা:মালীজনে গছপুলিবোৰ কলম দিছে
Example :
Synonyms : কটা