Meaning : কাৰোবাৰ বহুতো পত্নিৰ ভিতৰত পদ, ্মর্যাদা আদিত সৰু পত্নী
Example :
পাটৰাণীৰ কথাত ৰজাই কনিষ্ঠাক ঘৰৰ পৰা উলিয়াই দিলে
Synonyms : গৌণ পত্নী
Meaning : কেইবাগৰাকীও পত্নীৰ ভিতৰত যি গৰাকীক স্বামীয়ে কমকৈ মৰম কৰে
Example :
বৃদ্ধাৱস্থাত পাটৰাণীও কনিষ্ঠা হৈ পৰে