Meaning : যিজন মানুহৰ এটা চকু বেয়া
Example :
দোকানখনত দুজন কণা মানুহে পৰস্পৰৰ মাজত কাজিয়া কৰি আছিল
Meaning : অত্যন্ত সৰু অংশ বা টুকুৰা
Example :
ভগৱান প্রতিটো অণু-পৰমাণুতে ব্যাপি আছে
Synonyms : অণু, অণু-পৰমাণু, কণ
Meaning : যাৰ এটা চকু বেয়া বা যি এটা চকুৰে দেখা নাপায়
Example :
বসন্ত ওলোৱাৰ কাৰণে তেওঁৰ ্ এটা চকু বেয়া হৈ গʼল আৰু তেওঁ ্ কণা হৈ পৰিল
Synonyms : এটা চকুৱা