Meaning : ভাঙি চিঙি নষ্ট হোৱা
Example :
কেতিয়াবা সকলোতকৈ ভাল হিচাপে গণ্য কৰা এই প্রাসাদটো সময়ৰ লগে লগে উৱলি গʼল
Synonyms : উৱলি যোৱা, বিধ্বস্ত হোৱা
Meaning : গেলিবলৈ বা পচিবলৈ ধৰা শস্য বা ফল বিশেষ
Example :
খেতিয়কজনে পঁ্চা ঘেঁহুবোৰ ৰʼদত শুকুৱাই আছে
Synonyms : পঁ্চা