Meaning : ৰং , চমক আদি শেতা পৰি যোৱা এক অৱস্থা
Example :
এবাৰ ধোৱনতে কাপোৰৰ ৰং উৰি যায়
Synonyms : উৰা
Meaning : বতাহত ইফাল-সিফাল হৈ পৰা
Example :
ধুমুহা অহাৰ কাৰণে শস্যৰ ভঁ্ৰালত ৰখা ভুচিখিনি উৰিল
Synonyms : উৰা